ইপেপাৰ
X

সন্ধান/ ছাৰ্চ

About Us

উই লাইভ, ব্ৰেথ এণ্ড শ্লীপ গুৱাহাটী !

অসমৰ ৰাজধানী আৰু ব্ৰহ্মপুত্ৰ পাৰৰ প্ৰধান বন্দৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ হাব হিচাপে গুৱাহাটীক আগন্তুক ২০২৫ চনৰ ভিতৰত স্মাৰ্ট চিটি হিচাপে গঢ়ি তোলা পৰিকল্পনা কৰা হৈছে । এই মেট্ৰ’পলিটন চহৰখনৰ পৰিসীমা ক্ৰমবৰ্ধমান হৈ আহিছে । বিকাশৰ অতুলনীয় গতিৰ লগতে অতুলনীয় প্ৰকাশনৰো প্ৰয়োজন আছে। যিখন জনসাধাৰণে‘নিজস্ব’ বুলি ক’ব পাৰে।

জি প্লাছ গুৱাহাটী প্ৰিণ্ট সাপ্তাহিক ইংৰাজী কাকতৰ লগতে ডিজিটেল প্লেটফ’ৰ্মত উপলব্ধ। যাৰ লক্ষ্য হৈছে চহৰৰ একচেটিয়া চাহিদা পূৰণ কৰা ।

আমি গুৱাহাটীৰ পাঠকক আনন্দদায়ক আৰু বৈশিষ্ট্যমূলক গল্প প্ৰদান কৰি পঢ়া কাৰ্যক অধিক আকৰ্ষণীয় কৰি তুলিবলৈ চেষ্টা কৰি আহিছো । গুৱাহাটী দৃষ্টিভংগীক আগত ৰাখিয়ে স্থানীয় আৰু বিশ্বব্যাপি খবৰ প্ৰদানৰ ক্ষেত্ৰত পাঠকৰ আগত আমি সদায় প্ৰতিজ্ঞাবদ্ধ ।

চহৰৰ মাদকতা সহ বিশ্লেষণাত্মক আৰু অন্তনিৰ্হিত ৰচনাত্মকৰ লগতে গৱেষণা, ৰচনাত্মক কাহিনী, দৈনিক পৰিঘটনা, মতামত, ভক্স পপুলি, বাণিজ্য, ফেছন আৰু লাইফ ষ্টাইল, সমাজ, ইভেণ্ট, পৰ্যালোচনা, ভ্ৰমণ ইত্যাদি খবৰ প্ৰদানৰ ক্ষেত্ৰত দায়বদ্ধ জি প্লাছ ।

জি প্লাছৰ চাৰি বছৰ প্ৰকাশন যাত্ৰাত জি প্লাছে বিভিন্ন ঐতিহাসিক চিন্তাধাৰা নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে । যাৰ লক্ষ্যই হৈছে গুৱাহাটীক বিভিন্ন স্তৰত জড়িত কৰা । জি প্লাছ গুৱাহাটী ফুড এৱাৰ্ডছৰ উদ্দেশ্য হৈছে চহৰৰ এফ এণ্ড বি ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠক স্বীকৃতি দিয়া । জি প্লাছ গুৱাহাটী থিয়েটাৰ ফেষ্টিভেল হৈছে এটি প্ৰতীকী ইভেণ্ট যিয়ে থিয়েটাৰৰ সংস্কৃতিত বৈপ্লৱিক উদ্দীপনা সৃষ্টি কৰি নগৰখনত নাট্য উৎসাহীৰ বাবে বিশ্বমানৰ নাটক আৰু কৰ্মশালা লৈ অনা ।

জি প্লাছ ৱাৰ্ড টকছ হৈছে পুৰস্কাৰ প্ৰাপ্ত্য এক পদক্ষেপ যাৰ লক্ষ্য হৈছে জিএমচি (গুৱাহাটী পৌৰ নিগম), জিএমডিএ(গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ), আৰক্ষী, লোক নিৰ্মাণ বিভাগৰ লগতে অন্য বিভাগক ৱাৰ্ড জনসাধাৰণৰ সন্মুখত জবাবদিহি কৰাৰ লগতে ধাৰণা বিনিময় কৰাৰ এক উপযুক্ত মঞ্চ ।

জি প্লাছ কেম্পাছ টকছ হৈছে যুৱ আৰু কেম্পাছক সংযুক্ত কৰা অনন্য অনুষ্ঠান ।যাৰ মূল লক্ষ্য হৈছে শেহতীয়া চৰ্চিত বা ট্ৰে়ডিং বিষয় সমূহত শিক্ষাৰ্থী সকলক নিজৰ মতামত দাঙি ধৰিবলৈ এক উপযুক্ত মুক্ত মঞ্চ দাঙি ধৰা । ইয়াৰ জৰিয়তে প্ৰাসংগিক বিষয় সমূহত শিক্ষাৰ্থী সকলক শিক্ষিত কৰাৰ লগতে, চৰ্চা আৰু তেওঁলোকৰ মতামত দাঙি ধৰিব পাৰি ।

চহৰখনৰ জনসাধাৰণ সৈতে জড়িত হোৱাৰ লগতে তেওঁলোকৰ আকাংক্ষা সমূহক লৈ জি প্লাছ হৈছে চহৰখনৰ এক আত্মা স্বৰূপ । জি প্লাছ হৈছে গুৱাহাটীৰ স্পদন আৰু চহৰখনৰ সৈতে ইয়াৰ বসবাস, উত্থান আৰু বৃদ্ধি ।

সম্পাদকীয় দলৰ বিষয়ে/তথ্য

  • জি প্লাছ হৈছে ইনচাইট মিডিয়াৰ অন্তৰ্গত ইনচাইট ব্ৰেণ্ডকম প্ৰাইভেট লিমিটেডৰ এক অংশ যাৰ প্ৰকাশক আৰু স্বতাধিকাৰ হৈছে সুনীত জেইন ।
  • Editor in Chief - Sunit Jain
  • Executive Editor - Devajit Sharma
  • ইউকিত জি প্লাছ https://en.wikipedia.org/wiki/G_Plus
  • মাহেকীয়া অনন্য

    500K+

  • ছ’চিয়েল মিডিয়া অনুৰাগী

    700K+

  • শ্বেয়াৰ/মাহ

    --